Cloud-Standards.org
Posted on July 23, 2020
By Robert Payne
২৬ ফেব্ৰুৱাৰী (ইংৰাজী : 26 February ) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰ ৰ ৫৭তম দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩০৮টা দিন (অধিবৰ্ষ ত ৩০৯ দিন) বাকী থাকে।
ঘটনাৱলী
১৭৭৫ - বালাম্বাংগন দ্বীপত থকা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ কাৰখানা মৰো জলদস্যুৰ দ্বাৰা ধ্বংস কৰা হয়।[1]
জন্ম
মৃত্যু
১৮৫৮ - মণিৰাম দেৱান , ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদ।
১৮৫৮ - পিয়লি বৰুৱা , ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদ।
১৯৬৬ - বিনায়ক দামোদৰ সাভাৰকাৰ , ভাৰতীয় জাতীয়তাবাদী ৰাজনৈতিক নেতা, লেখক আৰু সমাজকৰ্মী।
১৯৮১ - বেণুধৰ শৰ্মা , অসমীয়া সাহিত্যিক, প্ৰত্নতত্ত্ববিদ, সাংবাদিক, সমাজ সংস্কাৰক, বুৰঞ্জীবিদ, গৱেষক আৰু স্বাধীনতা সংগ্ৰামী।
১৯৮৩ - নন্দ তালুকদাৰ , অসমৰ গৱেষক আৰু জীৱনীকাৰ।
১৯৮৭ - আনন্দীবাঈ যোশী , প্ৰথম ভাৰতীয় মহিলা এল'পেথি চিকিৎসক।
২০২৪ - পঙ্কজ উধাছ , প্ৰখ্যাত গজল গায়ক। [2]
দিৱস
তথ্য সংগ্ৰহ
সীমিত সমলৰ প্ৰস্থ টগ'ল কৰক